অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত অস্বাভাৱিক ভাবে বৃদ্ধি সোৱনশিৰিৰ জলপৃষ্ঠ
ধেমাজি, ১৩ জুলাই (হি.স.)। অৰুনাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত অস্বাভাৱিক ভাবে বৃদ্ধিসোৱনশিৰিৰ জলপৃষ্ঠ। নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে ৮ খন গেট। নিশা ১২ বজাৰ পৰা নৈ-পৰীয়া লোক সকলক সতৰ্ক হৈ থাকিবলৈ ধাৰাবাহিক ভাবে এন এইছ পি চি
অৰুণাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত অস্বাভাৱিক ভাবে বৃদ্ধি সোৱনশিৰিৰ জলপৃষ্ঠ


ধেমাজি, ১৩ জুলাই (হি.স.)। অৰুনাচল প্ৰদেশত হোৱা প্ৰৱল বৃষ্টিপাতৰ

ফলত অস্বাভাৱিক ভাবে বৃদ্ধিসোৱনশিৰিৰ জলপৃষ্ঠ।

নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পই খুলি দিছে ৮ খন গেট।

নিশা ১২ বজাৰ পৰা নৈ-পৰীয়া লোক সকলক সতৰ্ক হৈ থাকিবলৈ ধাৰাবাহিক ভাবে এন এইছ পি চি য়ে চাইৰেন বজাই নৈ পাৰৰ পৰা আতৰি আহিবলৈ জনসাধাৰণক আহ্বান জনাইছে। নামনি বাসী ৰাইজ এতিয়া শংকিত হৈ পৰিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande