দেৰগাঁৱৰ মাজগাঁৱত মৃতদেহ উদ্ধাৰ
গোলাঘাট, ১৩ জুলাই (হি.স.)। দেৰগাঁৱৰ মাজগাঁৱত মৃতদেহ উদ্ধাৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহতো। মৃতদেহটো কাষৰে বাতিপৰীয়া গাঁৱৰ মইনা গগৈ(৩৮) ৰ বুলি চিনাক্ত কৰা হৈছে । মৃত লোকজন ১২ বছৰীয়া এটি সন্তানৰ পিতৃ আছিল। ইফালে লোকজনৰ মৃতদেহটো আৰক্ষীয়ে মৰণো
দেৰগাঁৱৰ মাজগাঁৱত মৃতদেহ উদ্ধাৰ


গোলাঘাট, ১৩ জুলাই (হি.স.)। দেৰগাঁৱৰ মাজগাঁৱত মৃতদেহ উদ্ধাৰ

এটা পুখুৰীত উদ্ধাৰ মৃতদেহতো। মৃতদেহটো কাষৰে বাতিপৰীয়া গাঁৱৰ মইনা গগৈ(৩৮) ৰ বুলি চিনাক্ত কৰা হৈছে

মৃত লোকজন

১২ বছৰীয়া এটি সন্তানৰ পিতৃ আছিল। ইফালে লোকজনৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। লোকজনৰ মৃত্যু কোনো স্বাভাৱিক কাৰণত হৈছে নে এয়া এক হত্যাকাণ্ডৰ খবৰ সেই সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। এই

শোকাৱহ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande