কাটাৰৰ প্ৰাক্তন আমিৰ গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ চাংহাইত ভাৰতীয় কনছুল জেনেৰেলৰ
নতুন দিল্লী, ১৩ জুলাই (হি.স.)। কাটাৰৰ প্ৰাক্তন আমিৰ শ্বেইখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত সোমবাৰে চাংহাইস্থিত ভাৰতীয় কনছুল জেনেৰেল প্ৰতীক মাথুৰে কনছুলেট জেনেৰেল পৰিদৰ্শন কৰি শোক প্ৰকাশ কৰে । ছাংহাইত থকা ভাৰতীয় কনছুলেট জেনেৰেলে ছ’চিয়েল মিডিয়
भारत के शंघाई स्थित महावाणिज्यदूत प्रतिक माथुर सोमवार को  कतर के वाणिज्य दूतावास में शोक-पुस्तिका में हस्ताक्षर करते हुए


নতুন দিল্লী, ১৩ জুলাই (হি.স.)। কাটাৰৰ প্ৰাক্তন আমিৰ শ্বেইখ হামাদ বিন খলিফা আল থানীৰ মৃত্যুত সোমবাৰে চাংহাইস্থিত ভাৰতীয় কনছুল জেনেৰেল প্ৰতীক মাথুৰে কনছুলেট জেনেৰেল পৰিদৰ্শন কৰি শোক প্ৰকাশ কৰে ।

ছাংহাইত থকা ভাৰতীয় কনছুলেট জেনেৰেলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰিছে যে কনছুল জেনেৰেল প্ৰতীক মাথুৰে কাটাৰৰ কনছুলেট জেনেৰেল ভ্ৰমণ কৰি শোক গ্ৰন্থত স্বাক্ষৰ কৰে আৰু প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়।

এই উপলক্ষে তেওঁ কাটাৰৰ ৰাজপৰিয়াল, চৰকাৰ, আৰু নাগৰিকসকলৰ প্ৰতি ভাৰতৰ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে এই দুখজনক সময়ত তেওঁলোকৰ সৈতে সংহতি প্ৰকাশ কৰে ।

-----------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande