বিলাসীপাৰা সম জিলাৰ চাপৰৰ টোকৰাবান্ধাত ভূমি বেদখল মুক্ত কৰি পট্টাভুক্ত পৰিয়ালক চমজাই দিয়ে প্ৰশাসনে
ধুবুৰী, ১৩ জুলাই (হি.স.)। বিলাসীপাৰাৰ সম জিলাৰ চাপৰৰ টোকৰাবান্ধাত একাংশ লোকে বেদখল কৰি থকা ভূমি প্ৰশাসনে দখল মুক্ত কৰি পট্টাভুক্ত পৰিয়ালক চমজাই দিয়ে প্ৰশাসনে। চাপৰ ৰাজহ চক্ৰৰ চিৰাকুটাৰ টোকৰাবান্ধাত প্ৰশাসনৰ বৃহৎ সমৰসজ্জা। আদানি বিদ্যুৎ প্ৰকল্পত
বিলাসীপাৰা সম জিলাৰ চাপৰৰ টোকৰাবান্ধাত ভূমি বেদখল মুক্ত কৰি পট্টাভুক্ত পৰিয়ালক চমজাই দিয়ে প্ৰশাসনে


ধুবুৰী, ১৩ জুলাই (হি.স.)। বিলাসীপাৰাৰ সম জিলাৰ চাপৰৰ টোকৰাবান্ধাত একাংশ লোকে বেদখল কৰি থকা ভূমি প্ৰশাসনে দখল মুক্ত কৰি পট্টাভুক্ত পৰিয়ালক চমজাই দিয়ে প্ৰশাসনে। চাপৰ ৰাজহ চক্ৰৰ চিৰাকুটাৰ টোকৰাবান্ধাত প্ৰশাসনৰ বৃহৎ সমৰসজ্জা। আদানি বিদ্যুৎ প্ৰকল্পত থকা পট্টাভুক্ত পৰিয়ালক ভূমি চমজাই দিলে প্ৰশাসনে।

টোকৰাবান্ধাত ৬৫ বিঘা ভূমি চমজাই দিয়ে প্ৰশাসনে। ঘটনাস্থলীত মোতায়েন কেইবা শতাধিক আৰক্ষী। ঘটনাস্থলীত উপস্থিতিত সমজিলা আয়ুক্ত ড° প্ৰীতি লেখা ডেকা, সমজিলা আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande