বকোৰ নামপথাৰত এটা মৃত বন্য়হস্তী উদ্ধাৰ
কামৰূপ, ১২ জুলাই (হি.স.)। বকোৰ নামপথাৰত এটা বনৰীয়া মৃত হাতী উদ্ধাৰ। নামপথাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত উদ্ধাৰ মৃত হাতীটো। মৃত হাতীটোৰ বয়স প্ৰায় ৭ বছৰ। নামপথাৰৰ পথৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত উদ্ধাৰ। হাতীটোৰ মৃত্যু স্বাভাৱিক নহয়। বিদ্যুৎস্পৃষ্ট হোৱা
বকোৰ নামপথাৰত এটা মৃত বন্য়হস্তী উদ্ধাৰ


কামৰূপ, ১২ জুলাই (হি.স.)। বকোৰ নামপথাৰত এটা বনৰীয়া মৃত হাতী উদ্ধাৰ। নামপথাৰ সংৰক্ষিত বনাঞ্চলৰ সমীপত উদ্ধাৰ মৃত হাতীটো। মৃত হাতীটোৰ বয়স প্ৰায় ৭ বছৰ। নামপথাৰৰ পথৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত উদ্ধাৰ। হাতীটোৰ মৃত্যু স্বাভাৱিক নহয়। বিদ্যুৎস্পৃষ্ট হোৱাৰ সন্দেহ।

বন বিভাগে সন্দেহ কৰা অনুসৰি বন্য়হস্তীৰ উপদ্ৰবত অতিষ্ট হৈ কোনো গাওবাসী বন্য়হস্তীটোক হত্য়া কৰিব পাৰে বুলি সংবাদ মাধ্য়মক অবগত কৰে। বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলত উক্ত অঘটন সংঘটিত হৈছে। বন বিভাগৰ বিষয়া,কৰ্মচাৰী উপস্থিত ঘটনাস্থলীত। মৰোণোত্তৰ পৰীক্ষাৰ পিছত পোহৰলৈ আহিব প্ৰকৃত তথ্য।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande