দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৬ কোটি মূল্যৰ জব্দ কৰা ড্ৰাগছ
মানকাচৰ, ১২ জুলাই (হি.স.)। দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৬ কোটি মূল্যৰ জব্দ কৰা ড্ৰাগছ ইয়াৰে হেৰ''ইন ৬৪৯ গ্ৰাম, গাঞ্জা ৩৬ কেজি ২৪৯ গ্ৰাম, য়াবা টেবলেট ৭৭৪৯৪ টা , কেপচুল ৯৪৫৯টা, নিচাজাতীয় টেবলেট ৫৯৫ টা , ক''ফ ছিৰাপ ৯০৭টা বটল।
দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৬ কোটি মূল্যৰ জব্দ কৰা ড্ৰাগছ


মানকাচৰ, ১২ জুলাই (হি.স.)। দক্ষিণ শালমাৰা জিলা আৰক্ষীয়ে দাহ কৰিলে প্ৰায় ৬ কোটি মূল্যৰ জব্দ কৰা ড্ৰাগছ

ইয়াৰে হেৰ'ইন ৬৪৯ গ্ৰাম, গাঞ্জা ৩৬ কেজি ২৪৯ গ্ৰাম, য়াবা টেবলেট ৭৭৪৯৪ টা , কেপচুল ৯৪৫৯টা, নিচাজাতীয় টেবলেট ৫৯৫ টা , ক'ফ ছিৰাপ ৯০৭টা বটল।

আজি দাহ কৰা ড্ৰাগছৰ বজাৰ মুল্য ৫ কোটি ৯২ লাখ ১হাজাৰ ৩৫০ টকা বুলি আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে

জিলাখনৰ মানকাচৰ থানা , দক্ষিণ শালমাৰা থানা, ফকিৰগঞ্জ থানাআৰু সুখচৰ থানা এলেকাৰ পৰা ড্ৰাগছখিনি জব্দ কৰিছিল।

ড্ৰাগছ নিষ্পত্তি সমিতিৰ অনুমোদন মৰ্মে মানকাচৰ থানা এলেকাৰ চমৰাশালী, কোদালধোৱা ইটা ভাটাত জিলা অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰব দাসৰ লগতে চিকিৎসাক , অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, জিলা আৰক্ষীৰ লগতে বিদ্যুৎ বিভাগৰ বিষয়া সকলৰ উপস্থিতিত ড্ৰাগছ দাহ কৰি দক্ষিণ শালমাৰা মানকাচৰ জিলা জ্যেষ্ঠ আৰক্ষী আৰ শীতল কুমাৰে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande