খোল তাল আৰু নাগাৰাৰ শব্দৰে নাম প্ৰসংগৰে ৰজনজনালে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়
লখিমপুৰ, ১২ জুলাই (হি.স.)। দেৱ বাদ্য খোল তাল আৰু নাগাৰাৰ শব্দৰে নাম প্ৰসংগৰে ৰজনজনালে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়৷আয়ুক্ত কাৰ্যালয়ত বাৰ্ষিক নাম প্ৰসংগ৷ নাম প্ৰসংগ অনুষ্ঠিত কৰিছে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উদ্যোগত৷ জি
খোল তাল আৰু নাগাৰাৰ শব্দৰে নাম প্ৰসংগৰে ৰজনজনালে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়


লখিমপুৰ, ১২ জুলাই (হি.স.)। দেৱ বাদ্য খোল তাল আৰু নাগাৰাৰ শব্দৰে নাম প্ৰসংগৰে ৰজনজনালে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়৷আয়ুক্ত কাৰ্যালয়ত বাৰ্ষিক নাম প্ৰসংগ৷

নাম প্ৰসংগ অনুষ্ঠিত কৰিছে জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতিয়ে কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ উদ্যোগত৷ জিলা খনৰ সৰ্বাংগীণ উন্নতি আৰু জনসাধাৰণৰ মংগল আৰু শান্তি কৰি এই নাম প্ৰসংগ আয়োজন কৰে৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande