
কোকৰাঝাৰ, ১২ জুলাই (হি.স.)। পৰ্বতঝোৰাত অব্যাহত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান। বগৰীবাৰীত অবৈধ ফাৰ্নিচাৰ দোকানৰ বিৰুদ্ধে অভিযান বন বিভাগৰ। খোৰাঘাট বনাঞ্চলিক কাৰ্য্যালয়ৰ বনকৰ্মীৰ অভিযানত উৎখাত এখন অবৈধ ফাৰ্নিচাৰৰ দোকান। অবৈধ ফাৰ্নিচাৰৰ দোকান খনৰ পৰা বিভিন্ন ধৰণৰ ফাৰ্নিচাৰ,কাঠ আৰু ফাৰ্নিচাৰ বনোৱা যন্ত্ৰাংশ জব্দ।
বন বিভাগে অবৈধ ফাৰ্নিচাৰ দোকানখন ছিল কৰি তদন্ত আৰম্ভ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ