কামৰূপ জিলাৰ আঠিয়াবৈ পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ভুই ৰোৱা কাৰ্যসূচী
কামৰূপ, ১২ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ভুই ৰোৱা কাৰ্যসূচী। কামৰূপ জিলাৰ আঠিয়াবৈ পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাই ভুই ৰোপণ কৰাৰ লগতে বিতৰণ কৰে কঠিয়া। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি ৰ
কামৰূপ জিলাৰ আঠিয়াবৈ পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ভুই ৰোৱা কাৰ্যসূচী


কামৰূপ, ১২ জুলাই (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ভুই ৰোৱা কাৰ্যসূচী। কামৰূপ জিলাৰ আঠিয়াবৈ পথাৰত ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাই ভুই ৰোপণ কৰাৰ লগতে বিতৰণ কৰে কঠিয়া। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত কৃষক মৰ্চাৰ ৰাজ্যিক সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই কৃষকৰ মাজত বিতৰণ কৰে কঠিয়া।

আকাংক্ষা কৃষি গোটৰ সহযোগত কঠিয়া বিতৰণৰ পিছতে ভুই ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে আকাংক্ষা কৃষি গোটেই জৈৱিক পদ্ধতিৰে বছৰত তিনিটা খেতি কৰি ইতিমধ্যে এখনি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande