
নগাঁও, ১১ জুলাই (হি.স.)। কামৰ সন্ধানত বহি:ৰাজ্যলৈ গৈ সন্ধানহীন কামপুৰৰ এজন লোক ৷ শনিবাৰে ৰেলযোগে কামপুৰৰ পৰা কেৰেলালৈ গৈছিল লুটুমাৰী মাটিখোলাৰ সুনীল বৰদলৈ ৷ আজি এক সপ্তাহেও কেৰেলাত গৈ উপস্থিত নহ'ল লোকজন ৷ কেৰেলালৈ যোৱাৰ পথতে সন্ধানহীন হয় লোকজন ৷
পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিছে যদিও কোনো সন্ধান লাভ নকৰাত আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লোক ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা