কমলপুৰ সমষ্টিৰ বিহদিয়াত কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ পৰিদৰ্শন
কামৰূপ, ১১ জুলাই (হি.স.)। কমলপুৰ সমষ্টিৰ বিহদিয়াত কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ পৰিদৰ্শন। সমষ্টিটোৰ বিহদিয়াত থকা বীজ নিগমৰ কৃষি পাম পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত কৃষি ফাৰ্ম পৰিদৰ্শন। উদ্যান শস্যৰ প্
কমলপুৰ সমষ্টিৰ বিহদিয়াত কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ পৰিদৰ্শন


কামৰূপ, ১১ জুলাই (হি.স.)। কমলপুৰ সমষ্টিৰ বিহদিয়াত কৃষি মন্ত্ৰী পিযুষ হাজৰিকাৰ পৰিদৰ্শন। সমষ্টিটোৰ বিহদিয়াত থকা বীজ নিগমৰ কৃষি পাম পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ। কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত কৃষি ফাৰ্ম পৰিদৰ্শন। উদ্যান শস্যৰ প্ৰতি আগ্ৰহী কৰি অসমৰ কৃষক সকলক স্বাৱলম্বিতাৰ দিশ আগবঢ়ায় নিয়া হব উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

কৃষি আন্তঃগাথঁনিৰ পুজিৰ অধিনত ৰাজ্যৰ পাঁচ হাজাৰ উদ্যমী কৃষকক ১৮ জুলাইত প্ৰথম পৰ্যায়ত ঋণ দিয়াৰ এখন বৃহৎ মেলা মহানগৰীৰ জ্যোতি বিষ্ণুৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বুলি সদৰি কৰে মন্ত্ৰী গৰাকীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande