
চিৰাং, ১১ জুলাই (হি.স.)। বিজনীত অৰূপ নাথ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হব মেগা কোচিং কেম্প ২.০।
অৰূপ নাথ ফাউণ্ডেচনৰ উদ্যোগত অহা ১৪ জুলাইৰে পৰা ২৮ জুলাইলৈ ১৫ দিনীয়াকৈ বিজনী মহাবিদ্যালয়ত মেগা কোচিং কেম্প ২.০-ৰ আয়োজন।
ইউ পি এছ চি , এ পি এছ চি, এ ডি আৰ ই, অসম আৰক্ষী, টেট, এছ এছ চি ,ৰেইলৱে, ডিএমই কে ধৰি বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এই শিবিৰৰ আয়োজন।
মেগা কোচিং কেম্প ২.০ সন্দৰ্ভত বিজনীৰ হোটেল সম্পৰ্কৰ সভাকক্ষত অৰূপ নাথ ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক সত্যজিৎ দাস আৰু উপদেষ্টা মানিক মালাকাৰৰ সংবাদ মেল সম্বোধন।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু