
যোৰহাট, ১১ জুলাই (হি.স.)। কৰ্মসংস্হাপন বিচাৰি বৰ্হি ৰাজ্য লৈ যোৱা তিতাবৰ ৩৬ ঘৰীয়াৰ এজন যুৱক নিৰুদশে হোৱাক লৈ চাঞ্চল্য । যোৱা তিনি জুলাই তাৰিখে বাদল নামৰ এজন লগৰীয়াৰ লগত কৰ্মসংস্হাপন বিচাৰি বেংগালুৰু গৈছিল কিন্তু আধা বাটতে ৰাজ গগৈ চেন্নাৰ পেৰেম্বৌৰ ষ্টেচনৰ পৰা নিৰুদেশ হৈ আছে গতিকে এই খৱৰ পৰিয়ালৰ লোকে পোৱাৰ পাছত ঘৰখনত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।
পৰিয়ালৰ লোকে ইতিমধ্যে বেকাজান আৰক্ষী চকীত এখন এজাহাজাৰ দাখিল কৰাৰ লগতে ৰাজ গগৈক বিচাৰি হাহাকাৰ কৰিৱ লগা হৈছে । গতিকে কোনো লোকে ৰাজ গগৈক দেখা পালে তলত দিয়া ফোন নম্বৰ যোগাযোগ কৰিৱ ! 8486155526 / 6901473651 / 8811882559।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ