ফকিৰগঞ্জৰ ঘাগমাৰী পশু চিকিৎসালয়ৰ দুৰৱস্থা
মানকাচৰ, ১০ জুলাই (হি.স.)। ৰাজ্যৰ পশু চিকিৎসালয় পয়াঁলগা অৱস্থা।ফকিৰগঞ্জৰ ঘাগমাৰী পশু চিকিৎসালয়ৰ দুৰৱস্থা ।পশু চিকিৎসালয়খনত সপ্তাহত এদিন হে উপস্থিত হয় চিকিৎসক ৷ বাকী কৰ্মচাৰীসকল চিকিৎসালয় কেতিয়াবা আহিলেও ১ ঘন্টা পিছতে আকৌ গুচি যায় চিকিৎসা ক
ফকিৰগঞ্জৰ ঘাগমাৰী পশু চিকিৎসালয়ৰ দুৰৱস্থা


মানকাচৰ, ১০ জুলাই (হি.স.)। ৰাজ্যৰ পশু চিকিৎসালয় পয়াঁলগা অৱস্থা।ফকিৰগঞ্জৰ ঘাগমাৰী পশু চিকিৎসালয়ৰ দুৰৱস্থা ।পশু চিকিৎসালয়খনত সপ্তাহত এদিন হে উপস্থিত হয় চিকিৎসক ৷

বাকী কৰ্মচাৰীসকল চিকিৎসালয় কেতিয়াবা আহিলেও ১ ঘন্টা পিছতে আকৌ গুচি যায় চিকিৎসা কৰ্মচাৰী সকলে৷চিকিৎসাৰ অভাৱত মৃত্যু মূখত পৰিছে অঞ্চলটোৰ বহুতো পশু ।লেতেৰা পৰিৱেশৰ মাজত চলি আছে চিকিৎসা কেন্দ্ৰ টো। চিকিৎসালয়খনত নাই কোনো পৰিষ্কাৰ পৰিচ্ছন্নতা ।মুঠতে পশু চিকিৎসালয়খনৰ পৰা পৰ্যাপ্ত পৰিমাণৰ সুবিধা লাভ কৰা নাই অঞ্চলটোৰ ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande