ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী উমচিয়াং নৈত সলিল সমাধি যুৱকৰ
গুৱাহাটী, ১০ জুলাই (হি.স.)। ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী উমচিয়াং নৈত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক ৷ যুৱক জনক স্থানীয় মিলনপুৰ চুবুৰীৰ কৰন বড়ো (১৯) বুলি চিনাক্ত কৰা হৈছে ৷ উৎকট গৰমৰ বাবে শৰীৰটো শিতল কৰিবলৈ চাৰিজন সমনীয়াৰ সৈতে নদীত গা-
ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী উমচিয়াং নৈত অঘটন


ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী উমচিয়াং নৈত অঘটন


গুৱাহাটী, ১০ জুলাই (হি.স.)। ডিমৰীয়াৰ অসম-মেঘালয় সীমান্তৱৰ্তী উমচিয়াং নৈত অঘটন। গা ধুবলৈ গৈ সন্ধানহীন এজন যুৱক ৷

যুৱক জনক স্থানীয় মিলনপুৰ চুবুৰীৰ কৰন বড়ো (১৯) বুলি চিনাক্ত কৰা হৈছে ৷ উৎকট গৰমৰ বাবে শৰীৰটো শিতল কৰিবলৈ চাৰিজন সমনীয়াৰ সৈতে নদীত গা-ধুবলৈ গৈ পানী বুৰ যাই যুৱকজন ৷

ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও উক্ত বাতৰি প্ৰেৰণ কৰা পৰ্যন্ত সন্ধান লাভ কৰা নাই যুৱক জনৰ। নদীত উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande