ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শৰাই নৈবেদ্য আগবঢ়ালে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে
যোৰহাট, ০১ জুলাই (হি.স.)। বহু কেইটা চৰকাৰী কাৰ্যসূচী লৈ উজনিলৈ অহা স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল বুধবাৰে দুপৰীয়াৰ ভাগত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়াই সেৱা ধৰে। প্ৰথমবাৰৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি অভিভূত হোৱা
ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত শৰাই নৈবেদ্য আগবঢ়ালে স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে


যোৰহাট, ০১ জুলাই (হি.স.)। বহু কেইটা চৰকাৰী কাৰ্যসূচী লৈ উজনিলৈ অহা স্বাস্থ্য মন্ত্ৰী অশোক সিংঘাল বুধবাৰে দুপৰীয়াৰ ভাগত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ শৰাই নৈবেদ্য আগবঢ়াই সেৱা ধৰে।

প্ৰথমবাৰৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি অভিভূত হোৱা বুলি মন্তব্য কৰা স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে প্ৰতিজন অসমীয়াক গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা পীঠস্থান ভাগি দৰ্শন কৰিবলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande