ৰৌতাৰ চিধাখোৱা গাঁৱত মহিলা নিৰুদ্দেশ
ওদালগুৰি, ০৯ জুন (হি.স.)। ৰৌতাৰ চিধাখোৱা গাঁৱত এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে | সোমবাৰৰ পৰা সন্ধান নাই চাহেদা বেগম নামৰ মহিলাগৰাকীৰ| সোমবাৰে দুপৰীয়া ভাগৰ পৰা বর্তমান পর্যন্ত পৰিয়ালৰ লোকে কোনো সন্ধান লাভ কৰা নাই মহিলাগৰাকীৰ | ঘটনা সন্
ৰৌতাৰ চিধাখোৱা গাঁৱত মহিলা নিৰুদ্দেশ


ওদালগুৰি, ০৯ জুন (হি.স.)। ৰৌতাৰ চিধাখোৱা গাঁৱত এগৰাকী মহিলা নিৰুদ্দেশৰ ঘটনা পোহৰলৈ আহিছে | সোমবাৰৰ পৰা সন্ধান নাই চাহেদা বেগম নামৰ মহিলাগৰাকীৰ| সোমবাৰে দুপৰীয়া ভাগৰ পৰা বর্তমান পর্যন্ত পৰিয়ালৰ লোকে কোনো সন্ধান লাভ কৰা নাই মহিলাগৰাকীৰ |

ঘটনা সন্দর্ভত ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে ৰৌতা আৰক্ষীক | এটা ৪ বছৰীয়া আৰু আনটো ৭ বছৰীয়া পুত্র সন্তান আছে মহিলাগৰাকীৰ | মাতৃক কাষত নাপাই এতিয়া হাবাথুৰি খাইছে দুই কণমানি পুত্ৰই | কোনো লোকে সন্ধানহীন চাহেদা বেগমৰ সন্ধান লাভ কৰিলে ৬০০২৬৮৮৮৯৫ নম্বৰত যোগাযোগৰ আহ্বান জনাইছে স্বামী নিজামুদ্দিন আলীয়ে |

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande