ফকিৰগঞ্জত বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীক উষ্ম আদৰণি
ধুবুৰী, ০৯ জুন (হি.স.)। ফকিৰগঞ্জত বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীক উষ্ম আদৰণি। ধুবুৰীৰ পৰা যন্ত্ৰ চালিত নাৱৰে ফকিৰগঞ্জত উপস্থিত হয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে ফকিৰগঞ্জৰ স্থানীয় শ শ ৰাইজে নদীৰ পাৰৰ পৰা আদৰণি জনায় বিধায়ক ৱাজেদ আলী চৌ
ফকিৰগঞ্জত বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীক উষ্ম আদৰণি


ধুবুৰী, ০৯ জুন (হি.স.)। ফকিৰগঞ্জত বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীক উষ্ম আদৰণি।

ধুবুৰীৰ পৰা যন্ত্ৰ চালিত নাৱৰে ফকিৰগঞ্জত উপস্থিত হয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে

ফকিৰগঞ্জৰ স্থানীয় শ শ ৰাইজে নদীৰ পাৰৰ পৰা আদৰণি জনায় বিধায়ক ৱাজেদ আলী চৌধুৰীক

ফকিৰগঞ্জত উপস্থিত হৈ অঞ্চলটোৰ বিভিন্ন সমস্যাক আলোচনা কৰে।

বিৰোধী দলৰ দলপতি বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে কোনো ঠিকাদাৰ বিষয়াই দুৰ্নীতি কৰিলে একশ্যন হ'ব ।

মূল্য বৃদ্ধিক লৈ বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে কয় যে চৰকাৰ ব্যৰ্থ হৈছে যাৰে মূল্য বৃদ্ধি পাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande