শোণিতপুৰৰ বালিপৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা সম্পন্ন
শোণিতপুৰ, ০৯ জুন (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা সম্পন্ন। শোণিতপুৰৰ বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান বালিপৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰূপে উপস্থ
শোণিতপুৰৰ বালিপৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা সম্পন্ন


শোণিতপুৰ, ০৯ জুন (হি.স.)। শোণিতপুৰৰ বালিপৰাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা সম্পন্ন।

শোণিতপুৰৰ বালিপৰাৰ অগ্ৰণী শিক্ষানুষ্ঠান বালিপৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাৰ্ষিক বটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকা।সভাত বিদ্যালয়খনৰ কৃতি ছাত্ৰছাত্ৰী সকলক বটা প্ৰদান কৰা হয়।লগতে অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।আনহাতে বিধায়ক পদ্ম হাজৰিকাই বিদ্যালয়খনৰ উন্নয়নৰ বাবে ৫ লাখ টকা অনুমোদন আগবঢ়োৱাৰ কথা ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande