অহা ৮ জুনত নতুন দিল্লীত বিৰোধী মিত্ৰজোঁটৰ বৈঠকত অংশগ্ৰহণ কৰিব ২৩টা দল
নতুন দিল্লী, ০৭ জুন (হি.স.)। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে অহা ৮ জুনত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিৰোধী ভাৰতীয় মিত্ৰজোঁটৰ বৈঠকত ২৩টা ৰাজনৈতিক দলে অংশগ্ৰহণ নিশ্চিত কৰিছে। দুপৰীয়া ১২ বজাত কনষ্টিটিউচন ক্লাবত অনুষ্ঠিত হ’ব এই বৈঠক।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001