নাজিৰা শ্মশানৰ শান্তি বনত বিশ্ব পৰিৱেশ দিৱস পালন
শিৱসাগৰ, ০৫ জুন (হি.স.)। নাজিৰা শ্মশানৰ শান্তি বনত বিশ্ব পৰিৱেশ দিৱস পালন। জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বৃক্ষ ৰোপণেৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। ন
নাজিৰা শ্মশানৰ শান্তি বনত বিশ্ব পৰিৱেশ দিৱস পালন


শিৱসাগৰ, ০৫ জুন (হি.স.)। নাজিৰা শ্মশানৰ শান্তি বনত বিশ্ব পৰিৱেশ দিৱস পালন।

জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত বৃক্ষ ৰোপণেৰে পালন কৰে বিশ্ব পৰিৱেশ দিৱস।

আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ দেশৰ লগতে অসমৰ বিভিন্ন প্ৰান্ততো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। নাজিৰাৰ বিভিন্ন প্ৰান্তৰ লগতে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ নাজিৰা শাখাৰ , জ্যেষ্ঠ মহিলা নাগৰিক সন্মিলনৰ নাজিৰা শাখাৰ উদ্যোগত নাজিৰা কেন্দ্ৰীয় শ্মশান ঘাট শান্তিবন ৰ পৰিচালনা সমিতিৰ যৌথ সহযোগত আজি পুৱা ভাগতে গছপুলি ৰোপণ কৰি পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande