টীয়কৰ বানে গৰকা জাঁজীমুখৰ জুবিন সেউজ চাপৰিত বিশ্ব পৰিৱেশ দিৱস উদযাপন
যোৰহাট, ০৫ জুন (হি.স.)। টীয়কৰ বানে গৰকা জাঁজীমুখৰ জুবিন সেউজ চাপৰিত বিশ্ব পৰিৱেশ দিৱস উদযাপন । শতাধিক শিক্ষাৰ্থীৰ লগতে অঞ্চলবাসীয়ে জুবিন চাপৰিত গছপুলি ৰোপণৰে উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস । জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা উক্ত
টীয়কৰ বানে গৰকা জাঁজীমুখৰ জুবিন সেউজ চাপৰিত বিশ্ব পৰিৱেশ দিৱস উদযাপন


যোৰহাট, ০৫ জুন (হি.স.)। টীয়কৰ বানে গৰকা জাঁজীমুখৰ জুবিন সেউজ চাপৰিত বিশ্ব পৰিৱেশ দিৱস উদযাপন

। শতাধিক শিক্ষাৰ্থীৰ লগতে অঞ্চলবাসীয়ে জুবিন চাপৰিত গছপুলি ৰোপণৰে উদযাপন কৰিলে বিশ্ব পৰিৱেশ দিৱস

। জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে গীতিকাৰ,সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত নাথকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

সম্প্ৰতি বিশ্বত গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ বাবে এইদৰে পৰিবেশ দিৱস উদযাপনে ৰাইজৰ মাজত পৰিবেশ সংৰক্ষণ আৰু বৃক্ষ ৰোপন আদি বিষয়ত জনসচেতনতা বৃদ্ধি পাইছে বুলি কাৰ্যসুচীত উপস্থিত থকা বিভিন্ন জন মতপোষন কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande