অবৈধ সুৰাৰ বিৰোদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত
শিৱসাগৰ, ০৫ জুন (হি.স.)। অবৈধ সুৰাৰ বিৰোদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত। আমগুৰিত ওলাইছে বিলাতী মদৰ বৃহৎ ভাণ্ডাৰ।আমগুৰি আৰক্ষীয়ে কেইদিনমান পুৰ্ব্বে আৰম্ভ কৰা অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত আছে।আমগুৰিৰ খনিকৰ গাঁও আৰু দেওৰজাত অবৈধ সুৰাৰ বিৰ
অবৈধ সুৰাৰ বিৰোদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত


শিৱসাগৰ, ০৫ জুন (হি.স.)। অবৈধ সুৰাৰ বিৰোদ্ধে আমগুৰি আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত।

আমগুৰিত ওলাইছে বিলাতী মদৰ বৃহৎ ভাণ্ডাৰ।আমগুৰি আৰক্ষীয়ে কেইদিনমান পুৰ্ব্বে আৰম্ভ কৰা অবৈধ সুৰা বিৰোধী অভিযান অব্যাহত আছে।আমগুৰিৰ খনিকৰ গাঁও আৰু দেওৰজাত অবৈধ সুৰাৰ বিৰোদ্ধে অভিযান চলায়।অভিযান কালত আমগুৰি আৰক্ষীয়ে কালি নিশা অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ দেশী বিদেশী সুৰা উদ্ধাৰ কৰি থলীতে নষ্ট কৰে।আমগুৰি আৰক্ষী এই সুৰা বিৰোধী অভিযান অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande