লাহৰীঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী দম্পত্তি
মৰিগাঁও, ০৫ জুন (হি.স.)। লাহৰীঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী দম্পত্তি এহাল। লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আজি লাহৰীঘাটৰ ৰজাগাধোৱাত মৰিগাঁও জিলা আৰক্ষীৰ বিশেষ শাখা
লাহৰীঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী দম্পত্তি


মৰিগাঁও, ০৫ জুন (হি.স.)। লাহৰীঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী দম্পত্তি এহাল। লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্য়ৰ ভিত্তিত আজি লাহৰীঘাটৰ ৰজাগাধোৱাত মৰিগাঁও জিলা আৰক্ষীৰ বিশেষ শাখা আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী স্বামী- স্ত্ৰী।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন হল ৰাছিদুল ইছলাম আৰু তেওৰ পত্নী মাৰ্জিনা খাতুন। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ জিম্মাৰ পৰা ২৭টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিব সক্ষম হই আৰক্ষী ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande