লামডিং জংচনত বৃহত পৰিমাণৰ কাফ ছিৰাপ সহ এজনক আটক
হোজাই, ০৫ জুন (হি.স.)। লামডিং জংচনত বৃহত পৰিমাণৰ কফ ছিৰাপ সহ এজনক আটক। আৰ পি এফ আৰু জি আৰ পি ৰ যৌথ অভিযানত জব্দ কফ ছিৰাপ খিনি। ৰেল জংচনটোৰ ৩ নং প্লেটফৰ্মত অভিযান চলাই জব্দ কৰে বহিঃৰাজ্যৰ সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম বিকু কুমাৰ ঘৰ বিহা
লামডিং জংচনত বৃহত পৰিমাণৰ কাফ ছিৰাপ সহ এজনক আটক


হোজাই, ০৫ জুন (হি.স.)। লামডিং জংচনত বৃহত পৰিমাণৰ কফ ছিৰাপ সহ এজনক আটক।

আৰ পি এফ আৰু জি আৰ পি ৰ যৌথ অভিযানত জব্দ কফ ছিৰাপ খিনি।

ৰেল জংচনটোৰ ৩ নং প্লেটফৰ্মত অভিযান চলাই জব্দ কৰে বহিঃৰাজ্যৰ সৰবৰাহকাৰীটোক।

ধৃত সৰবৰাহকাৰীটোৰ নাম বিকু কুমাৰ ঘৰ বিহাৰত।

অভিযান চলাই প্ৰায় ১৭৬ টা কফ ছিৰাপৰ বটল জব্দ কৰে।

সৰবৰাহকাৰীটো কফ ছিৰাপখিনি বিহাৰৰ পৰা হাফলং লৈ যোৱাৰ পৰিকল্পনা কৰিছিল।

ধৃত বিকু কুমাৰে বহুদিন ধৰি এই অবৈধ ব্যৱসাৰ লগত জৰিত থকাৰ সন্দেহ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande