যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্য়ালয়ত ২০০০ ৰো অধিক বিভিন্ন ধৰণৰ গছপুলি বিতৰণ
যোৰহাট, ৫০ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস। সেই উপলক্ষে আজি যোৰহাট বন সংমণ্ডল ৰ উদ্যোগত আৰু যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যাল়য়ৰ সৌজন্যত গছপুলি বিতৰণ আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়। ২০০০ ৰো অধিক বিভিন্ন ধৰণৰ গছপুলি বিতৰণ আঞ্চলিক বন বিষ
যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্য়ালয়ত ২০০০ ৰো অধিক বিভিন্ন ধৰণৰ গছপুলি বিতৰণ


যোৰহাট, ৫০ জুন (হি.স.)। আজি বিশ্ব পৰিবেশ দিৱস। সেই উপলক্ষে আজি

যোৰহাট বন সংমণ্ডল ৰ উদ্যোগত আৰু যোৰহাট আঞ্চলিক বন বিষয়া কাৰ্যাল়য়ৰ সৌজন্যত গছপুলি বিতৰণ আৰু বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।

২০০০ ৰো অধিক বিভিন্ন ধৰণৰ গছপুলি বিতৰণ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande