কামপুৰ চিউগুৰিত পৰিভ্ৰমী চৰাই সহ এটা চিকাৰী আটক
নগাঁও, ০৪ জুন (হি.স.)। নগাঁও জিলাৰ কামপুৰ চিউগুৰিত পৰিভ্ৰমী চৰাই সহ এটা চিকাৰীক আটক কৰা হৈছে। বন বিভাগৰ লোকে আটক কৰে চিকাৰীটোক ৷ জানিব পৰামতে, কামপুৰ আঞ্চলিক বনবিভাগে অভিযান চলাই আবুল বাছাৰ নামৰ চিকাৰীটোক আটক কৰাৰ লগতে পাঁচটা শৰালি হাঁহ আৰু এ
কামপুৰ চিউগুৰিত পৰিভ্ৰমী চৰাই সহ এটা চিকাৰী আটক


নগাঁও, ০৪ জুন (হি.স.)। নগাঁও জিলাৰ

কামপুৰ চিউগুৰিত পৰিভ্ৰমী চৰাই সহ এটা চিকাৰীক আটক কৰা হৈছে। বন বিভাগৰ লোকে আটক কৰে চিকাৰীটোক ৷

জানিব পৰামতে,

কামপুৰ আঞ্চলিক বনবিভাগে অভিযান চলাই আবুল বাছাৰ নামৰ চিকাৰীটোক আটক কৰাৰ লগতে পাঁচটা শৰালি হাঁহ আৰু এটা কপৌ চৰাই উদ্ধাৰ কৰে ৷

ধৃত চিকাৰীটোৱে বৰফাকলি বিলৰ পৰা বনৰীয়া পক্ষী সমূহ ধৰি আনি বিভিন্ন স্থানত বিক্ৰী কৰি আহিছিল ৷

বৰ্তমান বনবিভাগে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ধৃত চিকাৰীটোক ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande