অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ
নগাঁও, ০৪ জুন (হি.স.)। মৃত্যুদূতৰূপী অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বেআইনী ভাৱে তীব্ৰবেগত চলাচল কৰা ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। অভিযানত জব্দ কেইবা খনো নথিপত্ৰ বিহীন আৰু অভাৰ লোডিং ডা
মৃত্যুদূতৰূপি অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ


মৃত্যুদূতৰূপি অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ


নগাঁও, ০৪ জুন (হি.স.)। মৃত্যুদূতৰূপী অবৈধ ডাম্পাৰ চলাচলৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বেআইনী ভাৱে তীব্ৰবেগত চলাচল কৰা ডাম্পাৰ সমূহৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ। অভিযানত জব্দ কেইবা খনো নথিপত্ৰ বিহীন আৰু অভাৰ লোডিং ডাম্পাৰ। জব্দকৃত ডাম্পাৰ আৰু ডাম্পাৰৰ মালিক আৰু চালকৰ বিৰুদ্ধে সংশ্লিষ্ট আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে বিগত কেইবাদিন ধৰি ডাম্পাৰৰ চালকৰ অতপালিৰ বাবেই চামগুৰিৰ বিভিন্ন অঞ্চলত সংঘটিত হৈছে দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত মৃত্যু মুখত পৰিবলগীয়া হৈছে বহু লোক। তীব্ৰবেগী ডাম্পাৰ চালকৰ অতপালিৰ বিৰুদ্ধে অতিষ্ঠ হোৱা ৰাইজৰ অভিযোগৰ ভিত্তিত অভিযান চামগুৰি আৰক্ষীৰ

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande