নাজিৰাৰ শিমলুগুৰিত গাঞ্জা সহ দহগৰাকী লোকক আটক শিমলুগুৰি আৰক্ষীৰ
শিৱসাগৰ, ৩০ জুন (হি.স.)। নাজিৰাৰ শিমলুগুৰিত গাঞ্জা সহ দহগৰাকী লোকক আটক শিমলুগুৰিৰ আৰক্ষীৰ ৷ শিমলুগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতা আৰু এছ আই বিদুৎবিকাশ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আটক কৰে লোক কেইজনক৷ কোকৰাঝাৰৰ পৰা আহি থকা অৱস্
নাজিৰাৰ শিমলুগুৰিত গাঞ্জা সহ দহগৰাকী লোকক আটক শিমলুগুৰি আৰক্ষীৰ


শিৱসাগৰ, ৩০ জুন (হি.স.)। নাজিৰাৰ শিমলুগুৰিত গাঞ্জা সহ দহগৰাকী লোকক আটক শিমলুগুৰিৰ আৰক্ষীৰ ৷ শিমলুগুৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতা আৰু এছ আই বিদুৎবিকাশ বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে আটক কৰে লোক কেইজনক৷ কোকৰাঝাৰৰ পৰা আহি থকা অৱস্থাত শিমলুগুৰিত আটক দহগৰাকীকৈ লোকক৷

প্ৰায় ডেৰকেজি গাঞ্জা জব্দ কৰে আৰক্ষীয়ে৷ বিহুবৰৰ এটা ইটা ভাটাত কাম কৰিবলৈ আহিছিল লোককেইজন৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande