নৱগঠিত মাকুম বিধান সভা সমষ্টিত বিধায়ক সঞ্জয় কিষানৰ বিৰুদ্ধে ক্ষোভ লক্ষীপথাৰবাসীৰ
তিনিচুকীয়া, ৩০জুন (হি.স.)। নৱগঠিত মাকুম বিধান সভা সমষ্টিত বিধায়ক সঞ্জয় কিষানৰ বিৰুদ্ধে ক্ষোভ লক্ষীপথাৰবাসীৰ। প্ৰতিশ্ৰুতি দিও পথ নিৰ্মাণ নকৰিলে সঞ্জয় কিষানে। লাউপতি তিনিআলিৰ পৰা কপহুৱা তিনিআলি সংযোগী সুদীৰ্ঘ পথটো নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি
নৱগঠিত মাকুম বিধান সভা সমষ্টিত বিধায়ক সঞ্জয় কিষানৰ বিৰুদ্ধে ক্ষোভ লক্ষীপথাৰবাসীৰ


তিনিচুকীয়া, ৩০জুন (হি.স.)। নৱগঠিত মাকুম বিধান সভা সমষ্টিত বিধায়ক সঞ্জয় কিষানৰ বিৰুদ্ধে ক্ষোভ লক্ষীপথাৰবাসীৰ।

প্ৰতিশ্ৰুতি দিও পথ নিৰ্মাণ নকৰিলে সঞ্জয় কিষানে।

লাউপতি তিনিআলিৰ পৰা কপহুৱা তিনিআলি সংযোগী সুদীৰ্ঘ পথটো নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল বিধায়ক কিষানে।

কিন্তু সকলো প্ৰতিশ্ৰুতি কিষানে পাহৰাত গাঁওখনৰ বয়োজেষ্ঠ্য লোকসকল ক্ষোভত ফাটি পৰিছে।

লক্ষীপথাৰ তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তভূক্ত আছিল। সমষ্টি পুণৰ নিৰ্ধাৰন কৰা পাছত নৱ গঠিত মাকুম সমষ্টিত অন্তৰ্ভূক্ত হ'ল লক্ষীপথাৰ।

আৰু মাকুমৰ বিধায়কো হ'ল পূৰ্বৰ তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষান।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande