
নগাঁৱ, ৩০ জুন (হি.স.)। নগাঁৱৰ বঢ়মপুৰ বামুনিত আৱকাৰি বিভাগৰ অভিযান।
অবৈধ সুৰাৰ ঘাটি উৎখাত।
দৌৰাই দৌৰাই সুৰা ব্যৱসায়িক আটক কৰিলে আৱকাৰি বিভাগে।
আৱকাৰি বিভাগক দেখি পলায়নৰ চেষ্টা কৰিছিল দুই সুৰা ব্যৱসায়ীয়ে।
দীর্ঘদিন ধৰি বামুনি অঞ্চলত গঢ়ি উঠিছিল অবৈধ সুৰাৰ ব্যৱসায়।
অবৈধ সুৰাৰ বিৰুদ্ধে প্ৰতিদিনে অভিযান চলাইছে নগাঁও আবকাৰি বিভাগে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু