জামুগুৰিহাটৰ উত্তৰাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন
শোণিতপুৰ, ০৩ জুন (হি.স.)। জামুগুৰিহাটৰ উত্তৰাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন। সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে ধুমুহাত উভালি পৰিল প্ৰকাণ্ড গছ। কথমপিহে প্ৰাণ ৰক্ষা পৰিল সাপ্তাহিক বজাৰত সমবেত হোৱা বহুলোকৰ। ধুমুহাত গছ উভালি পৰাৰ ফলত সাপ্ত
জামুগুৰিহাটৰ উত্তৰাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন


শোণিতপুৰ, ০৩ জুন (হি.স.)। জামুগুৰিহাটৰ উত্তৰাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণত বিস্তৰ ক্ষতিসাধন। সাপ্তাহিক বজাৰ চলি থকাৰ সময়তে ধুমুহাত উভালি পৰিল প্ৰকাণ্ড গছ।

কথমপিহে প্ৰাণ ৰক্ষা পৰিল সাপ্তাহিক বজাৰত সমবেত হোৱা বহুলোকৰ। ধুমুহাত গছ উভালি পৰাৰ ফলত সাপ্তাহিক বজাৰখনৰ কেইবাটাও অস্থায়ী গৃহৰ ক্ষতিসাধন হোৱাৰ লগতে বেপাৰি সকলৰ ব্যয়বস্তুৰো যথেষ্ট ক্ষতিসান হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande