ছিপাঝাৰৰ দুমুনীচকীত চুৰি কাণ্ড
দৰং, ০৩ জুন (হি.স.)। ছিপাঝাৰৰ দুমুনীচকীত ভয়ংকৰ চুৰি কাণ্ড। নিশা চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ লগতে নগদ ধন। পৰিয়ালৰ লোকক অচেতন কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰৱেশ কৰিছিল লোকজনৰ বাসগৃহত। ইয়াৰ পিছত আলমিৰাৰ লকাৰ ভাঙি এইদৰে আ-অলংকাৰৰ লুটি নিয়ে। নুৰুল হক না
ছিপাঝাৰৰ দুমুনীচকীত চুৰি কাণ্ড


দৰং, ০৩ জুন (হি.স.)। ছিপাঝাৰৰ দুমুনীচকীত ভয়ংকৰ চুৰি কাণ্ড।

নিশা চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ লগতে নগদ ধন।

পৰিয়ালৰ লোকক অচেতন কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰৱেশ কৰিছিল লোকজনৰ বাসগৃহত।

ইয়াৰ পিছত আলমিৰাৰ লকাৰ ভাঙি এইদৰে আ-অলংকাৰৰ লুটি নিয়ে।

নুৰুল হক নামৰ লোকজনৰ বাসগৃহত সংঘটিত হৈছে এই চুৰি কাণ্ড।

ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande