গৌৰীপুৰত বজ্ৰপাতত পৰি ৭ টাকৈ গোধনৰ মৃত্যু
ধুবুৰী, ০৩ জুন (হি.স.)। গৌৰীপুৰত বজ্ৰপাতত পৰি ৭ টাকৈ গোধনৰ মৃত্যু। গৌৰীপুৰত প্ৰচণ্ড ধুমুহা আৰু প্ৰৱল বৃষ্টিপাটৰ মাজতে বহু ঠাইত বজ্ৰপাট পৰে। গৌৰীপুৰ লালকুৰা গাওঁত বজ্ৰপাত পৰি একে লগে ৭ টাকৈ গো ধনৰ মৃত্যু হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত
গৌৰীপুৰত বজ্ৰপাতত পৰি ৭ টাকৈ গোধনৰ মৃত্যু


ধুবুৰী, ০৩ জুন (হি.স.)। গৌৰীপুৰত বজ্ৰপাতত পৰি ৭ টাকৈ গোধনৰ মৃত্যু। গৌৰীপুৰত প্ৰচণ্ড ধুমুহা আৰু প্ৰৱল বৃষ্টিপাটৰ মাজতে বহু ঠাইত বজ্ৰপাট পৰে।

গৌৰীপুৰ লালকুৰা গাওঁত বজ্ৰপাত পৰি একে লগে ৭ টাকৈ গো ধনৰ মৃত্যু হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।

উক্ত স্থানত ৰাইজৰ ভিৰ কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande