ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ মিছন মুৰব্বীসকলৰ সৈতে নীতিন নবীনৰ মত বিনিময়
নতুন দিল্লী, ২৬ জুন (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিক জনা পদক্ষেপৰ অংশ হিচাপে আজি ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ মিছন মুৰব্বীসকলে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে মত বিনিময় কৰিব। আজি বিয়লি ৩:৩০ বজাত নতুন দিল্লীৰ বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্
भाजपा अध्यक्ष नितिन नवीन तेलंगाना स्थापना दिवस कार्यक्रम को संबोधित करते हुए


নতুন দিল্লী, ২৬ জুন (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ বিজেপিক জনা পদক্ষেপৰ অংশ হিচাপে আজি ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ মিছন মুৰব্বীসকলে দলৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে মত বিনিময় কৰিব।

আজি বিয়লি ৩:৩০ বজাত নতুন দিল্লীৰ বিজেপিৰ ৰাষ্ট্ৰীয় মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। বিজেপিৰ বৈদেশিক বিভাগৰ ভাৰপ্ৰাপ্ত ড° বিজয় চৌথাইৱালেই এই অনুষ্ঠানৰ তথ্য প্ৰদান কৰে। এই আদান-প্ৰদানৰ উদ্দেশ্য হৈছে কূটনৈতিক সমাজক বিজেপিৰ যাত্ৰা, ইয়াৰ মতাদৰ্শ, সাংগঠনিক গাঁথনি, সুশাসনৰ আৰ্হি আৰু দলৰ বিভিন্ন কাৰ্যকলাপৰ সৈতে পৰিচিত কৰোৱা।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande