নগাঁৱত জুৱাৰ বৃহৎ চক্ৰ উৎখাত, বিলাসী হোটেলত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
নগাঁও, ২৬ জুন (হি.স.)। নগাঁৱত জুৱাৰ বৃহৎ চক্ৰ উৎখাত। বিলাসী হোটেলত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নগাঁৱৰ ৱ্লু-বাৰ্ড নামৰ বিলাসী হোটেলখনত আৰক্ষীৰ এটা দলে অভিযান চলায় আটক কৰে ৮ টাকৈ জুৱাৰীক। আৰক্ষীয়ে অভিযানত জব্দ কৰে প্ৰায় ৫৫ হাজাৰ টকাৰ নগদ ধন।
নগাঁৱত জুৱাৰ বৃহৎ চক্ৰ উৎখাত, বিলাসী হোটেলত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


নগাঁও, ২৬ জুন (হি.স.)। নগাঁৱত জুৱাৰ বৃহৎ চক্ৰ উৎখাত। বিলাসী হোটেলত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

নগাঁৱৰ ৱ্লু-বাৰ্ড নামৰ বিলাসী হোটেলখনত আৰক্ষীৰ এটা দলে অভিযান চলায় আটক কৰে ৮ টাকৈ জুৱাৰীক।

আৰক্ষীয়ে অভিযানত জব্দ কৰে প্ৰায় ৫৫ হাজাৰ টকাৰ নগদ ধন। আৰক্ষীয়ে আটক কৰা জুৱাৰী কেইটা ক্ৰমে ময়ুৰ শেখৰ বৰা, দীপাংকৰ প্ৰসাদ, ৰফিজুল ইছলাম, ৰাহুল আহমেদ, তৰিকুল ইছলাম, চাইফুদ্দিন হাজৰিকা, ৰাতুল ইছলাম আৰু নাজিবুল হাচান। আৰক্ষীয়ে অধিক তথ্যৰ বাবে জুৱাৰী কেইজনক জেৰা চলায় আছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande