মঙ্গলদৈ সমষ্টিৰ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আঢ়ৈ কোটি টকাৰ চিকিৎসালয় গৃহৰ শিলান্যাস কৰিলে মন্ত্ৰী নীলিমা দেৱীয়ে
দৰং, ২৬ জুন (হি.স.)। মঙ্গলদৈ সমষ্টিৰ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আঢ়ৈ কোটি টকাৰ চিকিৎসালয় গৃহৰ শিলান্যাস কৰিলে মন্ত্ৰী নীলিমা দেৱীয়ে। জলজলী,জনাৰাম চৌকা বৃহৎ অঞ্চলৰ বহু দিনীয়া সমস্যা দুৰ হোৱাৰ দিশে। অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ
মঙ্গলদৈ সমষ্টিৰ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আঢ়ৈ কোটি টকাৰ চিকিৎসালয় গৃহৰ শিলান্যাস কৰিলে মন্ত্ৰী নীলিমা দেৱীয়ে


দৰং, ২৬ জুন (হি.স.)। মঙ্গলদৈ সমষ্টিৰ জলজলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আঢ়ৈ কোটি টকাৰ চিকিৎসালয় গৃহৰ শিলান্যাস কৰিলে মন্ত্ৰী নীলিমা দেৱীয়ে। জলজলী,জনাৰাম চৌকা বৃহৎ অঞ্চলৰ বহু দিনীয়া সমস্যা দুৰ হোৱাৰ দিশে।

অসম চৰকাৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ আবণ্টিত আঢ়ৈ কোটি টকাৰে নিৰ্মাণ হ'ব চিকিৎসালয় গৃহটি। শিলান্যাস অনুষ্ঠানত উপস্থিত থাকে দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালি গোস্বামী কলিতা, জিলা আয়ুক্ত আয়ুসী জৈন, জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ দিল্লী ৰাম অধিকাৰীৰ লগতে বিভাগৰ বহু কেইগৰাকী বিষয়া।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande