ডিগবৈ শোধনাগাৰত ঠিকা শ্ৰমিক সংগঠনৰ প্ৰতিবাদ।
তিনিচুকীয়া, ২৬ জুন (হি.স.)। ডিগবৈ শোধনাগাৰত ঠিকা শ্ৰমিক সংগঠনৰ তীব্ৰ প্ৰতিবাদ। নতুন মজুৰি চুক্তিত স্বাক্ষৰ নকৰা গুৰুত্বৰ অভিযোগ। ডিগবৈ শোধনাগাৰ মুখ্য প্ৰশাসনিক কাৰ্য্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত শ্ৰমিক সংগঠন ''চিটু''ৰ। অ
ডিগবৈ শোধনাগাৰত ঠিকা শ্ৰমিক সংগঠনৰ প্ৰতিবাদ।


তিনিচুকীয়া, ২৬ জুন (হি.স.)। ডিগবৈ শোধনাগাৰত ঠিকা শ্ৰমিক সংগঠনৰ তীব্ৰ প্ৰতিবাদ। নতুন মজুৰি চুক্তিত স্বাক্ষৰ নকৰা গুৰুত্বৰ অভিযোগ।

ডিগবৈ শোধনাগাৰ মুখ্য প্ৰশাসনিক কাৰ্য্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত শ্ৰমিক সংগঠন 'চিটু'ৰ।

অহা ১০ জুলাইৰ ভিতৰত শোধনাগাৰ কৰ্তৃপক্ষই নতুন মজুৰি চুক্তিত স্বাক্ষৰ নকৰিলে শ্ৰমিকে সাব্যস্ত কৰিব জংগী আন্দোলন।

বিগত এটা বছৰে নতুন মজুৰি চুক্তিত স্বাক্ষৰ নকৰি শ্ৰমিকৰ শোষণ আৰু বঞ্চনা কৰা বুলি শ্ৰমিক নেতা বিশ্ব জ্যোতি বনিয়াই শোধনাগাৰ কৰ্তৃপক্ষক চোকা সমালোচনাৰে থকা-সৰকা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande