ধুবুৰী ফুলকাটাৰী টিপকাই নদীত সন্ধানহীন হোৱা ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰী ফুলকাটাৰী টিপকাই নদীত সন্ধানহীন হোৱা ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ। যোৱা বুধবাৰে নদী পাৰ হয়তে নাওঁৰ পৰা পৰি সন্ধানহীন হৈছিল ঠিকাদাৰজন। আজি পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে। ৰাইজে আৰক্ষীক খবৰ দিয়াত এছ ডি আৰ এফ বাহি
ধুবুৰী ফুলকাটাৰী টিপকাই নদীত সন্ধানহীন হোৱা ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰী ফুলকাটাৰী টিপকাই নদীত সন্ধানহীন হোৱা ঠিকাদাৰৰ মৃতদেহ উদ্ধাৰ। যোৱা বুধবাৰে নদী পাৰ হয়তে নাওঁৰ পৰা পৰি সন্ধানহীন হৈছিল ঠিকাদাৰজন।

আজি পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৰাইজে। ৰাইজে আৰক্ষীক খবৰ দিয়াত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ।

মৃত্যু হোৱা ঠিকাদাৰ জন গুৱাহাটী মহানগৰ হাতীগাঁওৰ ৰেকিবউদ্দীন।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande