ধুবুৰীত পৰম্পৰাগত ভাবে মহৰম পালন
ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰীত পৰম্পৰাগত ভাবে মহৰম পালন । দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি ধুবুৰীতো পৰম্পৰাগত ভাৱে পালন কৰা হয় ''মহৰম'' উৎসৱ। ইছলাম ধৰ্মাৱলম্বী লোক সকলে ''মহৰম'' উপলক্ষ্যে ৰোজা ৰাখি পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি তাজিয়া লৈ,
ধুবুৰীত পৰম্পৰাগত ভাবে মহৰম পালন


ধুবুৰী, ২৬ জুন (হি.স.)। ধুবুৰীত পৰম্পৰাগত ভাবে মহৰম পালন ।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে আজি ধুবুৰীতো পৰম্পৰাগত ভাৱে পালন কৰা হয় 'মহৰম' উৎসৱ।

ইছলাম ধৰ্মাৱলম্বী লোক সকলে 'মহৰম' উপলক্ষ্যে ৰোজা ৰাখি পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি তাজিয়া লৈ, বাদ্য যন্ত্ৰ বজাই হাতত লাঠি লৈ লাঠিখেল প্ৰদৰ্শন কৰে।

আইন শৃংখলা বজাই ৰখাৰ স্বাৰ্থত জিলা প্ৰশাসনে অইন অইন বছৰৰ দৰে এইবাৰ চহৰখনত সুসজ্জিত সমদল উলিওৱা, বাদ্য যন্ত্ৰ বজাই লাঠি খেল প্ৰদৰ্শন কৰা ইত্যাদি নিষেধাজ্ঞা জাৰি কৰে।

যাৰ বাবে এইবাৰ নিজ অঞ্চলতে এডোখৰ ঠাইত বাদ্য যন্ত্ৰ বজাই লাঠি খেল প্ৰদৰ্শন কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande