পৰ্বতঝোৰাৰ কূটকুটাৰভিটাত অজগৰ সাপ উদ্ধাৰ
কোকৰাঝাৰ, ২৫ জুন (হি.স.)। পৰ্বতঝোৰাৰ কূটকুটাৰভিটাত অজগৰ সাপ উদ্ধাৰ। নেট জালত আবদ্ধ হৈ আছিল সাপডাল। স্থানীয় ৰাইজে প্রত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে সাপ ডাল। অজগৰ সাপডাল বন বিভাগে উদ্ধাৰ কৰি
পৰ্বতঝোৰাৰ কূটকুটাৰভিটাত অজগৰ সাপ উদ্ধাৰ


কোকৰাঝাৰ, ২৫ জুন (হি.স.)। পৰ্বতঝোৰাৰ কূটকুটাৰভিটাত অজগৰ সাপ উদ্ধাৰ।

নেট জালত আবদ্ধ হৈ আছিল সাপডাল। স্থানীয় ৰাইজে প্রত্যক্ষ কৰি খবৰ দিয়ে বন বিভাগক। খোৰাঘাট বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বনকৰ্মীয়ে উদ্ধাৰ কৰে সাপ ডাল।

অজগৰ সাপডাল বন বিভাগে উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিয়ে। অজগৰ সাপ ডালৰ ওজন প্ৰায় ৭ কে:জি।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande