
শিৱসাগৰ, ২৫ জুন (হি.স.)। নাজিৰাত গেলেকী আৰক্ষীৰ অভিযান ৷ গেলেকীৰ বিভিন্ন স্থানত বৰবিহ সদৃশ চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ এই অভিযান ৷ গেলেকীৰ কছাৰীচুক’ হাড়কিনা ’ লাহনগাওঁকে আদি কৰি বিভিন্ন স্থানত এই অভিযান ৷ অভিযানত বৃহৎ পৰিমানৰ চুলাই মদ জব্দ কৰাৰ লগতে চুলাই মদ বনোৱা পাচ নষ্ট কৰে অভিযানকাৰী দলে৷
গেলেকী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ শইকীয়াৰ নেতৃত্বত আজি কেইবাদিনো ধৰি চলাইছে এই অভিযান৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা