অভয়াপুৰীত সলিল সমাধি এজনৰ
বঙাইগাঁও, ২৪ জুন (হি.স.)। অভয়াপুৰীত সলিল সমাধি এজনৰ। শিৱপুৰত দৰ্জি বিলত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনাটো। সলিল সমাধি ঘটা লোকজন বিজু চৌহান বুলি চিনাক্ত কৰা হৈছে। আত্মীয়ৰ দহা-কাৰ্য্য কৰিবলৈ বিলৰ পাৰত গৈছিল বিজু চৌহান। পিছত বিলত নামোতেই সন্ধানহীন
অভয়াপুৰীত সলিল সমাধি এজনৰ


বঙাইগাঁও, ২৪ জুন (হি.স.)। অভয়াপুৰীত সলিল সমাধি এজনৰ।

শিৱপুৰত দৰ্জি বিলত সংঘটিত হৈছে উক্ত শোকাৱহ ঘটনাটো।

সলিল সমাধি ঘটা

লোকজন বিজু চৌহান বুলি চিনাক্ত কৰা হৈছে।

আত্মীয়ৰ দহা-কাৰ্য্য কৰিবলৈ বিলৰ পাৰত গৈছিল বিজু চৌহান।

পিছত বিলত নামোতেই সন্ধানহীন হয় লোকজন। পিছত

এছ ডি আৰ এফ বাহিনী ৰ অভিযানত উদ্ধাৰ বিজু চৌহানৰ মৃতদেহ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande