২৭ টা চোৰাং গৰু সহ ৰঙিয়াত বাহন জব্দ
কামৰূপ, ২২জুন (হি.স.)। ৰঙিয়াত চোৰাং গৰু ভৰ্তি বলেৰ'' পিক আপ জব্দ। ২৭ টাকৈ বলধ গৰু ৰামপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই নি আছিল। ৰাষ্ট্ৰীয় বজৰং দলে সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে। ৰঙিয়া আৰক্ষীৰ সহযোগত জব্দ কৰা হয় তিনিখনকৈ বাহন। বাইহাটা চাৰিআলিত
২৭ টা চোৰাং গৰু সহ ৰঙিয়াত বাহন জব্দ


কামৰূপ, ২২জুন (হি.স.)। ৰঙিয়াত চোৰাং গৰু ভৰ্তি বলেৰ' পিক আপ জব্দ। ২৭ টাকৈ বলধ গৰু ৰামপুৰৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই নি আছিল। ৰাষ্ট্ৰীয় বজৰং দলে সন্দেহ প্ৰকাশ কৰি আৰক্ষীক খবৰ দিয়ে। ৰঙিয়া আৰক্ষীৰ সহযোগত জব্দ কৰা হয় তিনিখনকৈ বাহন। বাইহাটা চাৰিআলিত দুখন আৰু ৰঙিয়াত জব্দ কৰা হই এখন বাহন।

ইয়াৰে ৫ জনকৈ চালক হেণ্ডিমেনক আটক কৰাৰ বিপৰীতে এজন পলাতক হৈ আছে। অভিযুক্তৰ অভিযোগ অনুসৰি ৰামপুৰৰ ছফিকুল নামৰ এজন লোকে চলাই আছে হেনো চোৰাং গৰুৰ সৰবৰাহ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande