ডিমৰীয়াৰ ছয় তিৱা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা, সদৌ তিৱা ছাত্ৰ সন্থাৰ
গুৱাহাটী, ২২জুন (হি.স.)। শীঘ্ৰে ডিমৰীয়াৰ ছয় তিৱা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা, সদৌ তিৱা ছাত্ৰ সন্থাৰ। সোণাপুৰৰ ডিমৰীয়া ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সংবাদমেলৰ জৰিয়তে উক্ত বিষ
সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সংবাদমেল,,


সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সংবাদমেল,,


গুৱাহাটী, ২২জুন (হি.স.)। শীঘ্ৰে ডিমৰীয়াৰ ছয় তিৱা পৰিষদীয় সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পোষকতা, সদৌ তিৱা ছাত্ৰ সন্থাৰ। সোণাপুৰৰ ডিমৰীয়া ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত সদৌ তিৱা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সংবাদমেলৰ জৰিয়তে উক্ত বিষয়ে পোষকতা কৰে।

দুই সমষ্টি কৰ্তনেৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ যো-জা চলোৱা কাৰ্যৰো বিৰোধিতা সংগঠনটোৰ নেতৃত্বৰ। সমষ্টি কৰ্তনেৰে জনজাতীয় আৱেষ্টনীৰ ভূমি পুঁজিপতিক গটোৱাৰ ষড়যন্ত্ৰ কোনোপধ্যে মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি জনজাতীয় লোকৰ ভূমিৰ সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান চৰকাৰক।

ডিমৰীয়াৰ আন ছয় দল-সংগঠনেও এই কাৰ্যত সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে সংগঠনটোৰ নেতৃত্বই।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande