মঙলদৈত সংঘটিত পথ দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত এজন শিক্ষক
দৰং, ২২ জুন (হি.স.)। মঙলদৈৰ শইকীয়া পাৰাত সংঘটিত পথ দুৰ্ঘটনা। দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত শশাংক চহৰীয়া নামৰ এজন শিক্ষক। স্কুটিৰে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল শিক্ষক জন। ঘৰৰ সন্মুখতে ট্টাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। সংকটজনক অৱস্থাত গুৱাহাট
মঙলদৈত সংঘটিত পথ দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত এজন শিক্ষক


দৰং, ২২ জুন (হি.স.)। মঙলদৈৰ শইকীয়া পাৰাত সংঘটিত পথ দুৰ্ঘটনা।

দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত শশাংক চহৰীয়া নামৰ এজন শিক্ষক।

স্কুটিৰে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল শিক্ষক জন।

ঘৰৰ সন্মুখতে ট্টাকৰ সৈতে মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়।

সংকটজনক অৱস্থাত গুৱাহাটী লৈ প্ৰেৰণ।

শশাংক চহৰীয়া ৰামহৰি হাইস্কুলৰ শিক্ষক আছিল।

দুৰ্ঘটনা সংঘটিত কৰা ট্টাক খনৰ নম্বৰ এএছ ২৫এফচি ৮৯৮৬,

স্কুটি খনৰ নম্বৰ হৈছে এএছ ১৩কে ২৩৬১।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande