দৰঙৰ বেছিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ
দৰঙ, ২২ জুন (হি.স.)। দৰঙৰ বেছিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷ বেছিমাৰীৰ ৩ নং বৰুৱাঝাৰত পথৰ কাষত থকা এটা ব্যক্তিগত অত্যালিকাৰ ওপৰত উদ্ধাৰ মৃতদেহটো৷ অত্যালিকাটোত কৰ্মৰত শ্ৰমিকে প্ৰথমে মৃতদেহটো প্ৰত্য়ক্ষ কৰি অত্য়ালিকাটোৰ স্বত্তাধিকাৰ গৰাকীক খবৰ দিয়ে ।স
দৰঙৰ বেছিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ


দৰঙ, ২২ জুন (হি.স.)। দৰঙৰ বেছিমাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷ বেছিমাৰীৰ ৩ নং বৰুৱাঝাৰত পথৰ কাষত থকা এটা ব্যক্তিগত অত্যালিকাৰ ওপৰত উদ্ধাৰ মৃতদেহটো৷ অত্যালিকাটোত কৰ্মৰত শ্ৰমিকে প্ৰথমে মৃতদেহটো প্ৰত্য়ক্ষ কৰি অত্য়ালিকাটোৰ স্বত্তাধিকাৰ গৰাকীক খবৰ দিয়ে

।স্বত্তাধিকাৰ গৰাকী পিছত আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত আৰক্ষীৰ দল এটা উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ ড্ৰাগছ সেৱন কৰি অচিনাক্ত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বৰ্তমান আৰক্ষীৰ অনুসন্ধান অব্যাহত আছে। মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্য়ৱস্থা কৰিছে আৰক্ষী।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande