
বৰপেটা, ২২ জুন (হি.স.)। বৰপেটাৰ বাটগাঁওত অবৈধভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ |
গৰু সৰবৰাহৰ অভিযোগত বাহন খনৰ চালকক আটক কৰিছে আৰক্ষীয়ে ।
বৰপেটাৰ পৰা গুৱাহাটী অভিমুখী এএছ ১৫এচি ৫৪৫৩ নম্বৰৰ বাহন খনত অবৈধভাবে সৰবৰাহ কৰিছিল ৫ টাকৈ গৰু ।
গোপন সুত্ৰে
উক্ত খবৰ লাভ কৰি আৰক্ষীয়ে গৰু ভৰ্তি বাহন খনত তালাচি চলাই গৰু কেইটা জব্দ কৰাৰ লগতে চালক জনক আটক কৰি তদন্ত চলাই আছে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা