কচুৱাত সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি মছজিদ আৰু কবৰস্থান কমিটিৰ
নগাঁৱ, ২১ জুন (হি.স.)। কচুৱাৰ জুৰিৰপাৰত সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি মছজিদ আৰু কবৰস্থান কমিটিৰ। নগাঁৱৰ কচুৱাৰ দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটিয়ে বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ড্
কচুৱাত সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি মছজিদ আৰু কবৰস্থান কমিটিৰ


নগাঁৱ, ২১ জুন (হি.স.)। কচুৱাৰ জুৰিৰপাৰত সমাজৰ বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ স্থিতি মছজিদ আৰু কবৰস্থান কমিটিৰ।

নগাঁৱৰ কচুৱাৰ দক্ষিণ জুৰিৰপাৰ জান্নাতুল ফেৰদৌজ জামে মছজিদ আৰু কবৰস্থান কমিটিয়ে বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ড্ৰাগছ,মদৰ আড্ডা,ভাং আদিৰ সৈতে জড়িত ব্যক্তিক কোনো কাৰণত কবৰস্থানত কবৰস্থ কৰিব নিদিয়ে মছজিদ আৰু কবৰস্থান কমিটিয়ে।

লগতে বাল্যবিবাহৰ বিৰুদ্ধেও কঠোৰ স্থিতি গ্ৰহণ মছজিদ আৰু কবৰস্থান কমিটিয়ে। আজি এখন ৰাজহুৱা সভাত উক্ত সিদ্ধান্ত সমূহ গ্ৰহণ কৰি কয় যে এনে ব্যক্তিৰ জানাজাত অংশগ্ৰহণ নকৰে মছজিদ আৰু কবৰস্থান কমিটিয়ে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande