ধুবুৰী জিলাৰ ৮ টা পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নীট ইউ জি পৰীক্ষা সম্পন্ন
ধুবুৰী, ২১জুন (হি.স.)। ধুবুৰী জিলাৰ ৮ টা পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নীট ইউ জি পৰীক্ষা সম্পন্ন । আজি দেশজুৰি নীট ইউ জি (NEET-UG) পৰীক্ষা পুনৰ অনুষ্ঠিত হৈছে। বিগত সময়ত প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য খেলিমেলিৰ অভিযোগ উত্থাপন হো
ধুবুৰী জিলাৰ ৮ টা পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নীট ইউ জি পৰীক্ষা সম্পন্ন


ধুবুৰী, ২১জুন (হি.স.)। ধুবুৰী জিলাৰ ৮ টা পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নীট ইউ জি পৰীক্ষা সম্পন্ন । আজি দেশজুৰি নীট ইউ জি (NEET-UG) পৰীক্ষা পুনৰ অনুষ্ঠিত হৈছে। বিগত সময়ত প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য খেলিমেলিৰ অভিযোগ উত্থাপন হোৱাৰ পাছত পুৰ্বৰ পৰীক্ষা বাতিল কৰি ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই আজি দেশজুৰি এই গুৰুত্বপূৰ্ণ পৰীক্ষাটো পুনৰ অনুষ্ঠিত কৰিছে।

ধুবুৰী জিলাতো জিলা আৰক্ষী-প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তুলিছে।

ধুবুৰী জিলাত নীট ইউ জি (NEET-UG) পুনৰ পৰীক্ষা

অনুষ্ঠিত কৰিবলৈ জিলা খনত ৮ টা পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে।

ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশীষ বৰাই কয় জিলা খনৰ ৮ টা পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । চৰকাৰী নিয়ম অনুসৰি সকলো খিনি বিষয়তে তীক্ষ্ণ দৃষ্টি ৰখা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande